অসম

assam

ETV Bharat / state

পুনৰ হ্ৰাস পনীয়া সোণৰ মূল্য

বিগত কিছু দিন ধৰি একেৰাহে হ্ৰাস পাই আহিছে পেট্ৰ'ল-ডিজেলৰ মূল্য ৷

By

Published : May 2, 2019, 3:39 PM IST

পুনৰ হ্ৰাস পনীয়া সোণৰ মূল্য

গুৱাহাটী , 02 মে' :মহানগৰীত বৃহস্পতিবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ প্ৰতিলিটাৰ পেট্ৰ'লত 07 পইচা আৰু প্ৰতিলিটাৰ ডিজেলত 05 পইচাকৈ হ্ৰাস পায় ৷ আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য 72.60 টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য 67.11 টকা হয় ।

পুনৰ হ্ৰাস পনীয়া সোণৰ মূল্য

ABOUT THE AUTHOR

...view details