অসম

assam

ETV Bharat / state

লোকসভা নিৰ্বাচৰ পাচতেই মহানগৰীত উৰ্ধ্বগামী ইন্ধনৰ মূল্য

বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য হয়গৈ 70.88 টকা আৰু ডিজেলৰ মূল্য 66.91 টকা ৷

By

Published : May 24, 2019, 11:40 AM IST

লোকসভা নিৰ্বাচৰ পাচতেই মহানগৰীত উৰ্ধ্বগামী ইন্ধনৰ মূল্য

গুৱাহাটী,24 মে': লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই গুৱাহাটীত বৃদ্ধি ইন্ধনৰ মূল্য ৷ শুকুৰবাৰে গুৱাহাটী মহানগৰীত বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ গুৱাহাটীত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য 15 পইচাকৈ বৃদ্ধি পোৱাৰ লগতে 14 পইচাকৈ বৃদ্ধি পায় ডিজেলৰ মূল্য ৷

লোকসভা নিৰ্বাচৰ পাচতেই মহানগৰীত উৰ্ধ্বগামী ইন্ধনৰ মূল্য

বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য 70.88 টকা হোৱাৰ লগতে ডিজেলৰ মূল্য হয়গৈ 66.91 টকা ৷

ABOUT THE AUTHOR

...view details