অসম

assam

ETV Bharat / state

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

শনিবাৰে প্ৰতিলিটাৰ পে'ট্ৰলৰ মূল্য ৬ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৮ পইচাকৈ বৃদ্ধি পাইছে ডিজেলৰ মূল্য।

By

Published : Feb 23, 2019, 10:40 AM IST

etv bharat

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পে'ট্ৰল ডিজেলৰ মূল্য। মহানগৰীত শনিবাৰে প্ৰতিলিটাৰ পে'ট্ৰলৰ মূল্য ৬ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৮ পইচাকৈ বৃদ্ধি পাইছে ডিজেলৰ মূল্য।

fuel price

গুৱাহাটীত আজি প্ৰতিলিটাৰ পে'ট্ৰলৰ মূল্য ৭০.৮৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.০৩ টকা।

ABOUT THE AUTHOR

...view details