অসম

assam

ETV Bharat / state

মহানগৰীত হ্ৰাস পালে খাৰুৱা তেলৰ মূল্য - etv assam

শুকুৰবাৰে মহানগৰীত পেট্ৰ'লৰ মূল্য ৭০.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হয়গৈ ৬৫.৩৫ টকা।

মহানগৰীত হ্ৰাস পালে খাৰুৱা তেলৰ মূল্য

By

Published : Jun 7, 2019, 12:03 PM IST

গুৱাহাটী, ৭ জুন : মহানগৰীত ক্ৰমাৎ নিম্নগামী খাৰুৱা তেলৰ মূল্য। বিগত কেইদিনৰ দৰেই শুকুৰবাৰেও গুৱাহাটীত হ্ৰাস পায় পেট্ৰ'ল-ডিজেলৰ মূল্য।

শুকুৰবাৰে গুৱাহাটীত পেট্ৰ'লৰ মূল্য ১৩ পইছাকৈ হ্ৰাস পোৱাৰ বিপৰীতে ৩৩ পইছাকৈ হ্ৰাস পায় ডিজেলৰ মূল্য। আজি মহানগৰীত পেট্ৰ'লৰ মূল্য ৭০.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হয়গৈ ৬৫.৩৫ টকা।

ABOUT THE AUTHOR

...view details