- বিলুপ্ত হ’ল ৰাজ্যৰ চাৰিখন জিলা (Districts Abolished in Assam)
- চাৰিওখন জিলাক অৱনমিত কৰা হ’ব মহকুমালৈ
- জিলাকেইখন হ’ল বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালী(Abolished district in Assam)
- নতুনকৈ গঠন কৰা হৈছিল জিলাকেইখন
- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা
- আজি দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত