অসম

assam

কংগ্ৰেছ ত্যাগৰ এদিন নৌহওঁতেই তৃণমূলত যোগদান দিলীপ কুমাৰ শৰ্মাৰ

By

Published : Jun 25, 2022, 10:36 PM IST

তৃণমূল কংগ্ৰেছত যোগদান কৰিলে দিলীপ কুমাৰ শৰ্মাই (Dilip Kumar Sarma joins TMC)৷ শুকুৰবাৰে কংগ্ৰেছ দল ত্যাগ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে ৷

Dilip Kumar Sarma joins TMC
তৃণমূল কংগ্ৰেছত কংগ্ৰেছত যোগদান দিলীপ কুমাৰ শৰ্মাৰ

গুৱাহাটী, 25 জুন: তৃণমূল কংগ্ৰেছত যোগদান কৰিলে সদ্য কংগ্ৰেছত্যাগী দিলীপ কুমাৰ শৰ্মাই (Dilip Kumar Sarma joins TMC)৷ শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছত শনিবাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷

তৃণমূল কংগ্ৰেছত কংগ্ৰেছত যোগদান দিলীপ কুমাৰ শৰ্মাৰ

কংগ্ৰেছ দল ত্যাগ কৰাৰ 24 ঘণ্টাৰ ভিতৰতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে যোগদান কৰিলে তৃণমূল কংগ্ৰেছত ৷ শনিবাৰে গুৱাহাটী মহানগৰীত সাংসদ তথা তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ডাঃ শান্তনু সেন(MP Santunu Sen) আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ(Assam TMC president) উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক:অসম চৰকাৰৰ খৰচত ৰেডিশ্বনত থকা নাই মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক: মহাৰাষ্ট্ৰৰ বিত্তমন্ত্ৰী দীপক কেশৰকাৰ

ABOUT THE AUTHOR

...view details