গুৱাহাটী, ১০ এপ্ৰিলঃ লক ডাউনৰ বাবেই গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত দৰিদ্ৰ লোকৰ মাজত সৃষ্টি হৈছে খাদ্য সংকটৰ । এনে এক পৰিস্থিতিত খাদ্য সংকটত ভোগা বহু কেইটা পৰিয়ালক সহায়ৰ হাত আগবঢ়াই গুৱাহাটী কবৰস্থান কমিটিয়ে ।
গুৱাহাটী কবাৰস্থান কমিটিৰ তৰফৰ খাদ্য সামগ্ৰী বিতৰণ