নিউজ ডেস্ক,29 এপ্ৰিলঃ Covid 19 ৰ আতংকৰ মাজতে সমাগত বাৰিষা ৷ পূৰ্বৰ সময়ছোৱাত ৰাজ্যত বাৰিষাৰ সময়ত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এইবাৰ কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৷ লক্ ডাউনৰ সময়ছোৱাত ৰাইজক উদ্দেশ্যি কেতবোৰ নিৰ্দিষ্ট নিয়ম বান্ধি দিছে ৰাজ্য চৰকাৰে ৷ কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্য চৰকাৰে আগন্তুক বানপানীৰ বাবে ল’বলগীয়া সজাগতা সমূহৰ বিষয়ে সষ্টম হোৱা পৰিলক্ষিত হৈছে ৷ চৰকাৰে বান্ধি দিয়া নিৰ্দেশনা সমূহ এনেধৰণৰ-
বানপানী সম্বন্ধীয় নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ
ৰাজ্যত সমাগত বাৰিষাৰ লগতে বানপানীৰ বাবে সময়ৰ পূৰ্বে তৎপৰ হৈছে ৰাজ্য চৰকাৰ ৷ সেই অনুসৰি ৰাইজক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য় চৰকাৰে ৷
বানপানী সম্বন্ধীয় নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ