গুৱাহাটী, 8 অক্টোবৰঃ কৃত্ৰিম বানত বুৰ গ’ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ মঙলবাৰে পুৱা হোৱা এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি যোৰাবাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ কৃত্ৰিম বানৰ ফলত যান বাহন চলাচলত ব্যাপক অসুবিধা ।
37 নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান
এজাক বৰষুণতে বুৰ গ'ল যোৰাবাট তিনিআলি । মঙলবাৰে পুৱা হোৱা বৰষুণত বুৰ যায় যোৰাবাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ।
37 নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান
যোৰাবাটৰ পাৰ্শ্বৱৰ্তী নমাইল, দহ মাইল, এঘাৰ মাইলতো কৃত্ৰিম বানৰ সৃষ্টি হৈছে । কৃত্ৰিম বানৰ ফলত যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত বহু সংখ্যক যান বাহন আবদ্ধ হৈ পৰিছে ।