গুৱাহাটীৰ পৰা মদিনালৈ ৰাওনা হ'ব উত্তৰ পূৱৰ হাজিৰ প্ৰথমটো দল - লোকপ্ৰিয় গোপীনাথ বৰদলৈ অন্তজাৰ্তিক বিমান বন্দৰ
এইবেলি মক্কা আৰু মদিনালৈ পৱিত্ৰ হজৰ বাবে উত্তৰ পূৱৰ পৰা যাব সৰ্বমুঠ ৩৫৯৪ গৰাকী হজ যাত্ৰী । এই হজযাত্ৰী সকলৰ ৩৫১৫ গৰাকী অসমৰ, ৫৫ গৰাকী মেঘালয়ৰ, ২২ গৰাকী নাগালেণ্ডৰ আৰু ৪ গৰাকী অৰুণাচল প্ৰদেশৰ ।
![গুৱাহাটীৰ পৰা মদিনালৈ ৰাওনা হ'ব উত্তৰ পূৱৰ হাজিৰ প্ৰথমটো দল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3740345-thumbnail-3x2-bcnsx1.jpg)
মদিনালৈ ৰাওনা হ'ব উত্তৰ পূৱৰ হাজিৰ প্ৰথমটো দল
গুৱাহাটী, ০৪ জুলাই :কামৰূপ জিলাৰ মহানগৰীস্থিত ইছলামপুৰ হাজি মোচফীৰখানাৰ পৰা বৃহস্পতিবাৰে হজযাত্ৰীৰ প্ৰথমটো দল মদিনালৈ ৰাওনা হ'ব । লোকপ্ৰিয় গোপীনাথ বৰদলৈ অন্তজাৰ্তিক বিমান বন্দৰৰ পৰা পোনে পোনে উত্তৰ পূৱৰ হাজিৰ প্ৰথম দলটো মদিনা বিমান বন্দৰলৈ যাব । এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন...
মদিনালৈ ৰাওনা হ'ব উত্তৰ পূৱৰ হাজিৰ প্ৰথমটো দল