গুৱাহাটী, 22 ফেব্ৰুৱাৰীঃশনিবাৰে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। অসম চুক্তিৰ ৬নং দফাৰ ওপৰত হোৱা বিতৰ্কৰ খণ্ডন কৰি তেওঁ কয়, 'বি কে শৰ্মা দিল্লীলৈ গৃহমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱা নাছিল। যিটো তেওঁ প্ৰেছ বিজ্ঞপ্তি দি স্পষ্ট কৰিছে । অসম চুক্তিৰ ৬নং দফাৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মুখ্যমন্ত্ৰীক ল'বৰ বাবে দায়িত্ব দিছে । সেই মৰ্মে ২৫ তাৰিখে দিনৰ ১২ বজাত সমিতিয়ে অসম কেবিনেটৰ সদস্যৰ উপস্থিত মুখ্যমন্ত্ৰীক অৰ্পণ কৰিব।
অসম দৰ্শনৰ আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
অসম জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সন্মোধন ৷ অসম দৰ্শনৰ আঁচনিৰ অধীনত ৯১৫ উপাসনাস্থলীক ১০ লাখ কৈ পুঁজি দিয়া হ'ব।
অসম দৰ্শনৰ আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
অহা ২৪ তাৰিখে ৭৪ খন উপাসনাস্থলীৰ পুঁজিখিনি আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ লগতে আঁচনিখন মুকলি কৰা হ'ব। অসম দৰ্শনৰ আঁচনিৰ অধীনত ৯১৫ উপাসনাস্থলীয়ে ১০ লাখ কৈ পুঁজি দিয়া হ'ব। ২৪ তাৰিখে ৭৪ খন উপাসনাস্থলীৰ পুঁজি খিনি আনুষ্ঠানিক ভাৱে বিতৰণ কৰাৰ লগতে আঁচনি খন মুকলি কৰা হ'ব ৷
লগতে চাওকঃটীয়কত অতুল বৰাক ক'লা পতাকা প্ৰদৰ্শন আছুৰ