এইবাৰ বিজেপি দল নামিছে সাংবাদিকৰ অপপ্ৰচাৰত - সাংবাদিক
দুগৰাকী সাংবাদিকক বিজেপিৰ প্ৰতিবাদী সমদলত যোগদান কৰা বুলি অপপ্ৰচাৰ বিজেপি কৰ্মীৰ
এইবাৰ বিজেপি দল নামিছে সাংবাদিকৰ অপপ্ৰচাৰত
গুৱাহাটী,২ ফেব্ৰুৱাৰীঃ সাংবাদিকৰ অপপ্ৰচাৰত নামিছে শাসকীয় দল বিজেপিৰ কৰ্মী।শুকুৰবাৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুগৰাকী সাংবাদিকক বিজেপিৰ প্ৰতিবাদী সমদলত যোগদান কৰা বুলি অপপ্ৰচাৰ। সংবাদকৰ্মীৰ ফটো গোপনে তুলি ছ'চিয়েল মিডিয়াত আপলোড বিজেপি কৰ্মীৰ।ফটোৰ সৈতে বহু আপত্তিজনক বাক্য লিখি অপপ্ৰচাৰ কৰ্মীজনৰ।
এইবাৰ বিজেপি দল নামিছে সাংবাদিকৰ অপপ্ৰচাৰত