- নিশা মালিগাঁৱত মাৰপিটৰ ঘটনা
- অসহায় লোকক উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ
- অশ্লীল গালি-গালাজেৰে পাণ্ডুৰ হৰিজন কলনীত ত্ৰাসৰ সৃষ্টি চাৰি দুৰ্বৃত্তৰ
- এই কাৰ্যত দলটোক বাধা দিয়াত চোকা অস্ত্ৰৰে আক্ৰমণ ৰাজু বাছফৰ নামৰ লোকজনক
- অতি সংকটজনক অৱস্থাত জি এন আৰ চিত ভৰ্তি ৰাজু বাছফৰক
- জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল চাৰি দুৰ্বৃত্তৰ বিৰুদ্ধে
- যদিও দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ নিশা মালিগাঁৱত মাৰপিটৰ ঘটনা
মালিগাঁৱত অসহায় লোকক উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ - ৰাজু বাছফৰ
নিশা মালিগাঁৱত মাৰপিটৰ ঘটনা ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে ৰাজু বাছফৰ নামৰ এজন লোক ৷
![মালিগাঁৱত অসহায় লোকক উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3733867-thumbnail-3x2-hkhllj.jpg)
নিশা মালিগাঁৱত মাৰপিটৰ ঘটনা