কি ঘটিছিল পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত ? - কনিষ্ঠ চিকিৎসক
৬ জুলাইৰ ঘটনাৰ বাবে দায়ী কোন ? শনি শৰ্মা নে কনিষ্ঠ চিকিৎসক?
৬ জুলাইৰ ঘটনাৰ বাবে দায়ী কোন ?
গুৱাহাটী, 16 জুলাইঃ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ঘটনাক লৈ পোহৰলৈ আহিছে নিতৌ ন ন তথ্য ৷ 6 জুলাইত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়লৈ পশু চিকিৎসাৰ বাবে যোৱা শনি শৰ্মা নামৰ লোকজন সামান্য কথাতে তৰ্কত লিপ্ত হৈছিল ৯ জন কনিষ্ঠ চিকিৎসকৰ সৈতে ৷ তাৰপিচত দুয়োপক্ষৰ মাজত অভিযোগ প্ৰতি-অভিযোগৰ মাজতে ঘটনাৰ দিনা থকা এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আহি পৰিছে ইটিভি ভাৰতৰ হাতত....