অসম

assam

ETV Bharat / state

সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য। ডাউন-টাউন হাস্পতালৰ ICU ত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।

By

Published : Jan 16, 2021, 11:01 AM IST

Updated : Jan 16, 2021, 11:40 AM IST

সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত
সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নিউজ ডেস্ক,16 জানুৱাৰীঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শুকুৰবাৰে নিশা গুৱাহাটীস্থিত ডাউন টাউন চিকিৎসালয়ত ভৰ্তি ৷ মুখ্যমন্ত্ৰী গৰাকী হৃদজনিত ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, সম্প্ৰতি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক এটা বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে ৷

লগতে পঢ়কঃ চি চি কেমেৰাত বন্দী ধন লুটৰ চাঞ্চল্যকৰ দৃশ্য

Last Updated : Jan 16, 2021, 11:40 AM IST

ABOUT THE AUTHOR

...view details