গুৱাহাটী,6 এপ্ৰিল:পশ্চিম গুৱাহাটীৰ ধাৰাপুৰত উত্তপ্ত পৰিস্থিতি ৷ নিৰ্বাচনী বিষয়াৰ বাহনত EVM থকাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বাহনখন প্ৰিজাইডিং অফিচাৰৰ বাহন আছিল ৷ জানিব পৰা মতে, স্থানীয় একাংশ লোকে বাহনখন ঘেৰাও কৰে ক্ষোভ প্ৰকাশ কৰে আৰু বাহনখন একাংশ উত্তেজিত লোকে ভাঙি লণ্ড-ভণ্ড কৰে ৷ বৰ্তমান ঘটনাস্থলীত আজাৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰে ৷
ইভিএমক কেন্দ্ৰ কৰি পশ্চিম গুৱাহাটীত উত্তপ্ত পৰিস্থিতি - গুৱাহাটীত উত্তপ্ত পৰিস্থিতি
পশ্চিম গুৱাহাটীৰ ধাৰাপুৰত উত্তপ্ত পৰিস্থিতি ৷ নিৰ্বাচনী বিষয়াৰ বাহনত EVM থকাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বাহনখন প্ৰিজাইডিং অফিচাৰৰ বাহন আছিল ৷ জানিব পৰা মতে, স্থানীয় একাংশ লোকে বাহনখন ঘেৰাও কৰে ক্ষোভ প্ৰকাশ কৰে আৰু বাহনখন একাংশ উত্তেজিত লোকে ভাঙি লণ্ড-ভণ্ড কৰে ৷

EVM লৈক পশ্চিম গুৱাহাটীত উত্তপ্ত পৰিস্থিতি