অসম

assam

ETV Bharat / state

পুনৰ গুৱাহাটী লোকসভা সমষ্টিত ভোটদান প্ৰক্ৰিয়াত বিসংগতি

৭নং গুৱাহাটী লোকসভা সমষ্টিৰ ৬২নং দিছপুৰ বিধান সভা সমষ্টিৰ ৫৪নং বোন্দা এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈ পৰে এটা ই ভি এম মেচিন

By

Published : Apr 23, 2019, 2:43 PM IST

গুৱাহাটী লোকসভা সমষ্টিত ভোটদান প্ৰক্ৰিয়াত বিসংগতি

গুৱাহাটী,২৩ এপ্ৰিলঃ ৭নং গুৱাহাটী লোক সভা সমষ্টিৰ ৬২নং দিছপুৰ বিধানসভা সমষ্টিৰ ৫৪নং বোন্দা এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈ পৰে এটা ই ভি এম মেচিন। ফলত নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

গুৱাহাটী লোকসভা সমষ্টিত ভোটদান প্ৰক্ৰিয়াত বিসংগতি

পুৱাৰে পৰা ভোটদান কৰিবৰ বাবে বহুসংখ্যক ভোটাৰে শাৰী পাতিছিল যদিও ই ভি এম বেয়া হোৱাৰ বাবে বহু সময় অপেক্ষা কৰিব লগা হয় ভোটাৰ ৰাইজে ।

ABOUT THE AUTHOR

...view details