অসম

assam

ETV Bharat / state

অসমত অতীত হ'ব ডিজেল ট্ৰেইন !

ৰাজ্যৰ ৰেলপথত এতিয়া আৰু দেখিবলৈ পোৱা নাযাব ডিজেলচালিত লোকোমটিভ ৷ কিয়নো ইতিমধ্যেই উত্তৰ-পূব সীমান্ত ৰেলৱে অতি ক্ষীপ্ৰতাৰে ৰাজ্যত আৰম্ভ কৰিছে ৰেললাইন বৈদ্যুতিকীকৰণৰ কাম ৷

ৰাজ্যৰ পৰা অতীত হৈ পৰিব ডিজেলচালিত লোকোমটিভ ৰেল ইঞ্জিন

By

Published : Jun 29, 2019, 7:33 PM IST

গুৱাহাটী, 29 জুনঃ ৰাজ্যৰ পৰা শীঘ্ৰেই অতীত হৈ পৰিব ডিজেলচালিত লোকোমটিভ ৰেল ইঞ্জিন ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱে'ৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য্যই জনাইছে এই কথা ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে উল্লেখ কৰিলে কি কাৰণে ৰাজ্যৰ লগতে উত্তৰ-পূবৰ পৰা হেৰাই যাব ডিজেল লোকোমটিভ ৷ চাঁওক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

ৰাজ্যৰ পৰা অতীত হৈ পৰিব ডিজেলচালিত লোকোমটিভ ৰেল ইঞ্জিন

ABOUT THE AUTHOR

...view details