অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কি নিয়ম বান্ধি দিলে নিৰ্বাচন আয়োগে ? - by election

2 নৱেম্বৰ তাৰিখে ঘোষণা কৰা হ’ব 2021 চনৰ অসম বিধান সভাৰ উপ-নিৰ্বাচনৰ ফলাফল ৷ ফলাফল ঘোষণাৰ সময়ত পালন কৰিব লগীয়া নীতি নিয়ম সম্পৰ্কে কি নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ৷

election-commission-passes-rules-for-by-election-poll-result
উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কি নিয়ম বান্ধি দিলে নিৰ্বাচন আয়োগে?

By

Published : Nov 1, 2021, 7:01 PM IST

নিউজ ডেস্ক, 1 নৱেম্বৰ : মঙলবাৰে অৰ্থাৎ, 2 নৱেম্বৰ তাৰিখে ঘোষণা কৰা হ’ব 2021 চনৰ অসম বিধান সভাৰ উপ-নিৰ্বাচনৰ ফলাফল ৷ মুঠ পাঁচটা সমষ্টিত যোৱা 30 নৱেম্বৰ শনিবাৰে অনুষ্ঠিত কৰা হৈছিল উপ-নিৰ্বাচন ৷ 2 নৱেম্বৰত ঘোষণা হ’ব লগীয়া উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ইতিমধ্যে নিৰ্বাচন আয়োগে জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা ৷

জানো আহক কি কি আছে এই নিৰ্দেশনাত :

1) ফলাফল ঘোষণা হোৱাৰ পিছত কোনো ধৰণৰ বিজয় সমদল আয়োজন কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব ৷

2) ৰিটাৰ্নিং বিষয়াৰ পৰা বিজয়ী প্ৰাৰ্থী অথবা তেওঁৰ প্ৰতিনিধিয়ে প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰ সময়ত দুজনতকৈ অধিক লোকে সংগ দিয়াৰ ক্ষেত্ৰতো থাকিব নিৰ্বাচন আয়োগৰ বাধা ৷

লগতে পঢ়ক :ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন !

ABOUT THE AUTHOR

...view details