নিউজ ডেস্ক , 8 অক্টোবৰ : অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলত ভূমিকম্পৰ জোকাৰণি ৷ ৰিখটাৰ স্কেলত 5.5 প্ৰাৱল্যৰ ভূমিকম্পই বৃহস্পতিবাৰে অসম আৰু কাষৰীয়া অঞ্চলসমূহক জোকাৰি যায় ৷ ভূমিকম্পটোৰ অভিকেন্দ্ৰ ম্যানমাৰ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :দক্ষিণ-পশ্চিম পাকিস্তানত ভূমিকম্প : ১১ জনৰ মৃত্যু