গুৱাহাটী,15 এপ্ৰিলঃ মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈ অৰ্থাৎ 16 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈ ড্ৰাই ডে' ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
কামৰূপ মহানগৰত ড্ৰাই ডে' ঘোষণা - dry day
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কঠোৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন
![কামৰূপ মহানগৰত ড্ৰাই ডে' ঘোষণা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3012061-thumbnail-3x2-dry.jpg)
কামৰূপ মহানগৰত ড্ৰাই ডে' ঘোষণা
এই সময়চোৱাত সুৰাৰ বিপনী, বাৰ আদি বন্ধ ৰখাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে। যদিহে কোনোৱে এই সময়ছোৱাত নিয়ম উলংঘা কৰে তেন্তে আইনী ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে জিলা প্ৰশাসনে।