মহানগৰীত সুৰাসক্ত আৰক্ষীক প্ৰহাৰ যুৱকৰ - ৰতন তালুকদাৰ
আদাবাৰী তিনিআলীত যানবাহন আৰক্ষী আৰু যুৱকৰ খণ্ডযুদ্ধ

মহানগৰীত সুৰাসক্ত আৰক্ষীক প্ৰহাৰ যুৱকৰ
মহানগৰীৰ আদাবাৰী তিনিআলীত যানবাহন আৰক্ষী আৰু যুৱকৰ খণ্ডযুদ্ধ লগাত আৰক্ষীক প্ৰহাৰ কৰে এটা যুৱকৰ দলে । আৰক্ষীজন জালুকবাৰী যানবাহন আৰক্ষী থানাৰ কনিষ্টবল ৰতন তালুকদাৰ বুলি জানিব পৰা গৈছে ।
মহানগৰীত সুৰাসক্ত আৰক্ষীক প্ৰহাৰ যুৱকৰ