অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰী

শনিবাৰে ৰাতি লতাশিল আৰক্ষীয়ে আটক কৰে তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰীক৷ ৰাহুল নামৰ এজন লোকৰ নেতৃত্বত দীৰ্ঘদিন ধৰি চলিছিল ড্ৰাগছ ব্যৱসায় ৷

By

Published : Aug 25, 2019, 3:31 PM IST

Updated : Aug 25, 2019, 6:19 PM IST

আৰক্ষীৰ জালত তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰী

গুৱাহাটী, 25 আগষ্টঃ লতাশিল আৰক্ষীৰ জালত তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰী| শনিবাৰে ৰাতি লতাশিল আৰক্ষীয়ে কালিবাৰী ৰে'লৱে কলনিৰ পৰা ড্ৰাগছসহ আটক কৰে ৷ লগতে উদ্ধাৰ হৈছে 45 টা ড্ৰাগছভৰ্তি কনটেইনাৰ সহ তিনিটা মোবাইল,নগদ পাচঁ হাজাৰ টকা৷ ধৃত মহিলাকেইগৰাকীৰ নাম জেৰিনা বেগম ওৰফে মৰজিনা,চামিৰন বানু ওৰফে চটো গেদী আৰু ৰেহনা বেগম ৷ ৰাহুল নামৰ এজন লোকৰ নেতৃত্বতে দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায় কৰি আহিছিল তিনি মহিলাই৷

আৰক্ষীৰ জালত তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰী
Last Updated : Aug 25, 2019, 6:19 PM IST

ABOUT THE AUTHOR

...view details