গুৱাহাটী, 8 ছেপ্টেম্বৰঃদেওবাৰে মহানগৰীৰ কাহিলিপৰাৰ দক্ষিণগাঁৱত ঘৰচীয়া হাতীৰ আক্ৰমণত এজন মাউতৰ মৃত্যু হয়৷ দুটাকৈ ঘৰচীয়া হাতীলৈ কলগছ নিবলৈ আহিছিল মাউত জনে৷
কাহিলিপৰাত ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু - দুটাকৈ ঘৰচীয়া হাতী
কাহিলিপৰাত ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু৷ দুটাকৈ ঘৰচীয়া হাতীলৈ কলগছ নিবলৈ আহিছিল মাউত জনে৷

ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু
ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু
তেনে সময়তে হাতী দুটাৰ মাজৰ ৰামু নামৰ হাতীটোৱে উগ্ৰ হৈ মাউতজনক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে৷ ইপিনে ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত মাউত জনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত চিকিৎসকে মাউত জনক মৃত ঘোষণা কৰে৷ ইপিনে হাতী দুটাৰ উগ্ৰ ৰূপ দেখি স্থানীয় ৰাইজে হাতী দুটাক আবদ্ধ কৰি ৰাখিছে। সম্প্ৰতি হাতী দুটা দক্ষিণগাঁৱত ৱাক আফ বৰ্ডৰ পৰিসৰত আবদ্ধ হৈ আছে।