গুৱাহাটী,11 অক্টোবৰঃ দেশত বৃদ্ধি পোৱা ধৰ্ষণ, নাৰী নিৰ্যাতনৰ দৰে অপৰাধজনীত ঘটনাৰ বিৰুদ্ধে শতাধিক মহিলা ওলাই আহি মহানগৰীৰ দিঘলীপুখুৰীৰ পাৰত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
বিশ্ব মহিলা সংগঠন আৰু সৰ্বভাৰতীয় অনুসুচিত জাতি-জনজাতি সংঘৰ উদ্যোগত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে মম জলাই লৈ ধৰ্ষণ, নাৰী নিৰ্যাতনৰ দৰে অপৰাধজনীত ঘটনাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷