অসম

assam

By

Published : Mar 25, 2019, 9:43 AM IST

ETV Bharat / state

আজি গুৱাহাটীত পেট্ৰ'ল-ডিজেলৰ দাম কিমান?

গুৱাহাটীত সোমবাৰে প্ৰতি লিটাৰ ডিজেলত ১২ পইচাকৈ হ্ৰাস পায় ৷ মহানগৰীত আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম  ৭২.৪৪  টকা আৰু প্ৰতি লিটাৰ  ডিজেলৰ দাম ৬৬.৯৮ টকা।

মহানগৰীত হ্ৰাস ডিজেলৰ মূল্য

গুৱাহাটী, 24 মাৰ্চ : বিগত কিছুদিন ধৰি মহানগৰীত পেট্ৰ'ল-ডিজেলৰ দাম একেৰাহে বৃদ্ধি পাই অহাৰ পাচত সোমবাৰে মহানগৰীত হ্ৰাস পালে ডিজেলৰ দাম৷ ইয়াৰ বিপৰীতে পেট্ৰলৰ দামত কোনো ধৰণৰ পৰিবৰ্তন নঘটিল৷

মহানগৰীত হ্ৰাস ডিজেলৰ মূল্য

গুৱাহাটীত সোমবাৰে প্ৰতি লিটাৰ ডিজেলত ১২ পইচাকৈ হ্ৰাস পায় ৷ মহানগৰীত আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ৭২.৪৪ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৬৬.৯৮ টকা।


ABOUT THE AUTHOR

...view details