গুৱাহাটী,17 আগষ্ট: কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ ক্ষোভত সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে সেই প্ৰতিবেদন ৰাজহুৱা কৰিছে । লগে লগে হাহাকাৰ লাগিছে ৰাজ্যৰ ৰাজনীতিত । তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে, অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিটো শব্দই কাৰ্যকৰী কৰিবলৈ চৰকাৰ দায়বদ্ধ । 6 নং দফাৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে পুনৰ প্ৰশ্ন উত্থাপন হৈছে যে, -খিলঞ্জীয়া কোন ? খিলঞ্জীয়াৰ সংজ্ঞা কি?
খিলঞ্জীয়া কোন ? কি কয় ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলে...
হাহাকাৰ লাগিছে ৰাজ্যৰ ৰাজনীতিত । তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিটো শব্দই কাৰ্যকৰী কৰিবলৈ চৰকাৰ দায়বদ্ধ । 6 নং দফাৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে পুনৰ সেই প্ৰশ্ন উত্থাপন হৈছে-খিলঞ্জীয়া কোন ? খিলঞ্জীয়াৰ সংজ্ঞা কি ? এই সন্দৰ্ভত যুগুত কৰা এক বিশেষ প্ৰতিবেদন-
খিলঞ্জীয়াৰ সংজ্ঞা বিতৰ্ক
সেই সন্দৰ্ভত বৰ্তমান ৰাজ্যত তোলপাৰ লগাইছে এইকেইটা বিতৰ্কিত প্ৰশ্নই ৷ বিভিন্ন সময়ত বিভিন্নজনে প্ৰকাশ কৰিছে অসমীয়া তথা খিলঞ্জীয়াৰ সংজ্ঞা ৷ ইয়াৰে একাংশ গ্ৰহণযোগ্য হোৱাৰ বিপৰীতে একাংশ সজ্ঞাই সূত্ৰপাত ঘটাইছে বিতৰ্কৰ ৷ শেহতীয়াভাৱে এই সংজ্ঞা নিৰ্ধাৰণৰ বিষয়টোৱে দখল কৰিছে সংবাদ শীৰ্ষ ৷ এই সন্দৰ্ভত যুগুত কৰা এক বিশেষ প্ৰতিবেদন-
লগতে চাওকঃকোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী
Last Updated : Aug 18, 2020, 12:50 PM IST
TAGGED:
অসম চুক্তিৰ 6 নং দফা