গুৱাহাটী , 01 এপ্ৰিল : প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিললৈ সংকত নামি আহিছে ৷ প্ৰদূষণ আৰু গোলকীয় উষ্ণতাৰ বাবে সংকতত পৰিছে দীপৰ বিল ৷ এই প্ৰদূষণৰ বাবে ক্ৰমাৎ হ্ৰাস পাইছে পৰিভ্ৰমী পক্ষীৰ প্ৰব্ৰজন ৷
সংকটৰ গৰাহত ৰামচাৰ চাইট হিচাপে চিহ্নিত গুৱাহাটীৰ দীপৰ বিল
প্ৰদূষণৰ কৱলত পৰা দীপৰ বিললৈ কমি আহি আহিছে পৰিভ্ৰমী পক্ষীৰ প্ৰব্ৰজন ৷
সংকটৰ গৰাহত গুৱাহাটীৰ দীপৰ বিল
ইপিনে পৰিৱেশ প্ৰদূষণৰ ফলত দীপৰ বিলত প্ৰত্যেক বছৰে মৃত্যু ঘটে অসংখ্য পৰিভ্ৰমী পক্ষীৰ ৷ এই সন্দৰ্ভত ই টি ভি ভাৰতৰএক বিশেষ প্ৰতিবেদন