গুৱাহাটী, 22 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত আৰক্ষীৰ গুলীত নিহত হৈছিল ছয়গাঁৱৰ যুৱক দীপাঞ্জল দাস। প্ৰতিবাদত নিহত প্ৰথমজন শ্বহীদ দীপাঞ্জল দাসৰ মৃত্যুত দেওবাৰে গুৱাহাটীৰ লাচিত নগৰত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰে আদ্যশ্ৰাদ্ধ। স্থানীয় বাসিন্দাৰ লগতে আদ্যশ্ৰাদ্ধত উপস্থিত থাকে দীপাঞ্জলৰ পিতৃ-মাতৃ ৷
মহানগৰীত শ্বহীদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ - শ্বহীদ দীপাঞ্জল দাস
প্ৰতিবাদত নিহত প্ৰথমজন শ্বহীদ দীপাঞ্জল দাসৰ মৃত্যুত দেওবাৰে গুৱাহাটীৰ লাচিত নগৰত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰে আদ্যশ্ৰাদ্ধ ৷
![মহানগৰীত শ্বহীদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ গুৱাহাটী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5462107-1007-5462107-1577044024622.jpg)
মহানগৰীত শ্বহীদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ
মহানগৰীত শ্বহীদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ
প্ৰতিবাদলৈ যোৱাৰ আগমুহূৰ্তত দীপাঞ্জলক বাধা দিছিল বুলি মন্তব্য কৰে মাতৃয়ে ৷
আৰু পঢ়কঃ অখিল গগৈ আৰু জীতেন দত্তৰ মুক্তিৰ দাবীত বিশেষ সংবাদমেল
Last Updated : Dec 23, 2019, 7:31 AM IST