জালুকবাৰীত মৃতদেহ উদ্ধাৰ - বিতু মণ্ডল
মহানগৰীৰ জালুকবাৰীত চাঞ্চল্যকৰ ঘটনা । জালুকবাৰীত উদ্ধাৰ হয় পাঞ্জাবাৰীৰ নিবাসী চিটি বাছৰ হেণ্ডিমেনৰ বিতু মণ্ডল মৃতদেহ । দেওবাৰৰ পুৱাৰে পৰাই সন্ধানহীন হৈ আছিল বিতু ।
![জালুকবাৰীত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2869220-216-e4971740-b401-4ce3-8348-0952b16e6ff4.jpg)
জালুকবাৰীত উদ্ধাৰ চিটি বাছ হেণ্ডিমেনৰ মৃতদেহ
গুৱাহাটী, ১ এপ্ৰিলঃমহানগৰীৰ জালুকবাৰীত চাঞ্চল্যকৰ ঘটনা । জালুকবাৰীত উদ্ধাৰ হয় পাঞ্জাবাৰীৰ নিৱাসী বিতু মণ্ডলৰ মৃতদেহ । চিটি বাছত হেণ্ডিমেন ৰূপে কৰ্মৰত আছিল যুৱকজন । যুৱক জনে দেওবাৰে পুৱা মুন্না আৰু কিংকং নামৰ দুই বন্ধুৰ লগত ঘৰৰ পৰা ওলাই আহিছিল ।
জালুকবাৰীত উদ্ধাৰ চিটি বাছ হেণ্ডিমেনৰ মৃতদেহ