অসম

assam

By

Published : Jan 20, 2021, 1:56 PM IST

ETV Bharat / state

চেন্নাইত মৃত্যু কৰ্মৰত অসমীয়া যুৱকৰ

চেন্নাইৰ জিকে ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল টুনীৰাম দাস(২৫) নামৰ নাৰায়ণপুৰ আউনীবড়ী গাঁৱৰ যুৱকজন ৷ তাৰ মাজতে মঙলবাৰে নিশা হঠাৎ পৰিয়ালৰ লোকক আত্মহত্যা কৰা বুলি জনায় কৰ্মৰত কোম্পানীৰ কৰ্তৃপক্ষই ৷

চেন্নাইত মৃত্যু কৰ্মৰত অসমীয়া যুৱকৰ
চেন্নাইত মৃত্যু কৰ্মৰত অসমীয়া যুৱকৰ

বিহপুৰীয়া,20 জানুৱাৰীঃবহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু ৷ জানিব পৰা মতে, চেন্নাইৰ জিকে ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল টুনীৰাম দাস(২৫) নামৰ নাৰায়ণপুৰ আউনীবড়ী গাঁৱৰ যুৱকজন ৷ তাৰ মাজতে মঙলবাৰে নিশা হঠাৎ পৰিয়ালৰ লোকক আত্মহত্যা কৰা বুলি জনায় কৰ্মৰত কোম্পানীৰ কৰ্তৃপক্ষই ৷

চেন্নাইত মৃত্যু কৰ্মৰত অসমীয়া যুৱকৰ

উল্লেখযোগ্য যে,পৰিয়ালৰ সন্দেহ প্ৰকাশ কৰিছে এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ সম্প্ৰতি যুৱকজনৰ মৃত্যুৰ খবৰ পাই দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে ৷ উপায়বিহীন হৈ পৰিয়ালটোৱে ঘৰ্টনাৰ উৰ্চিত তদন্ত কৰাৰ লগতে চেন্নাইৰ পৰা মৃতদেহটো আনিবলৈ ৰাজ্য চৰকাৰৰ সহায় বিচাৰিছে ৷

লগতে পঢ়কঃ আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ

ABOUT THE AUTHOR

...view details