অসম

assam

ETV Bharat / state

আজিৰ দিনটোৰ ৰাশিফল - ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

By

Published : Sep 15, 2021, 12:01 AM IST

Updated : Sep 15, 2021, 8:27 AM IST

মেষ ৰাশি :খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ কৰ্মত শান্ত হৈ থাকক ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ মন্দিৰ ভ্ৰমণৰ যোগ ৷

বৃষ ৰাশি :সন্তানৰ যতন লওক ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ বন্ধুৰ সৈতে সম্পৰ্ক উন্নত ৷

মিথুন ৰাশি : দিনটো শুভ ৷ বিপৰীত লিংগৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ প্ৰেমত শুভ ৷ ভাগ্য ভাল ৷

কৰ্কট ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ মানসিক অশান্তি হোৱাৰ সম্ভাৱনা ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি :প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ সফলতা লাভ ৷ নতুন ব্যৱসায়ৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ ভ্ৰমণৰ যোগ ৷

কন্যা ৰাশি : দিনটো কিছু কঠিনতাৰে ভৰপূৰ ৷ এলাহ আৰু অমনোযোগিতাই কৰ্মত প্ৰভাৱ পেলাব ৷ সমস্যাৰ সন্মুখীন হ’ব ৷ প্ৰিয়জনৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা ৷ মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত হৈ থাকিব ৷ আইনী তথা সম্পত্তি বিষয়ক কামত কিছু সাৱধানতা অৱলম্বন কৰক ৷

তুলা ৰাশি :দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ ভ্ৰমণৰ যোগ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈত সম্পৰ্ক উন্নত ৷

বৃশ্চিক ৰাশি :পৰিয়ালৰ সৈতে বাক-বিতণ্ডা হোৱাৰ সম্ভাৱনা ৷ খৰচ বৃদ্ধি ৷ দুঃসাহসিক কাৰ্যৰ পৰা আঁতৰি থাকক ৷ শিক্ষাৰ্থী সকলৰ বাবে দিনটো কিছু কঠিন হোৱাৰ সম্ভাৱনা ৷

ধনু ৰাশি : দিনটো প্ৰায় শুভ ৷ আপোনাৰ পৰিকল্পনা অনুসৰিয়েই দিনটো পাৰ হ’ব ৷ আৰ্থিক স্থিতি উন্নত ৷ স্বাস্থ্য উন্নত ৷ ভ্ৰমণৰ যোগ ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত ৷

মকৰ ৰাশি :দিনটো কিছু কঠিন হ’ব ৷ ধাৰ্মিক কৰ্মত মনোনিৱেশ কৰক ৷ খৰচ বৃদ্ধি ৷ আইন সংক্ৰান্তীয় কামত মনোনিৱেশ কৰক ৷ দূৰ ভ্ৰমণ আৰু অপাৰেচন সম্বন্ধীয় কামৰ পৰা বিৰত থাকক ৷

কুম্ভ ৰাশি :দিনটো শুভ ৷ মন পচন্দৰ কাম কৰক ৷ আনন্দিত হ’ব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ ভাল ফল লাভ ৷ সন্তানৰ সৈতে সম্পৰ্ক উন্নত ৷ আয় বৃদ্ধিৰ সম্ভাৱনা ৷ ভ্ৰমণৰ যোগ ৷

মীন ৰাশি :দিনটো শুভ ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ পৰিশ্ৰমৰ ফল লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ বন্ধুৰ সৈতে সম্পৰ্ক উন্নত ৷

Last Updated : Sep 15, 2021, 8:27 AM IST

ABOUT THE AUTHOR

...view details