অসম

assam

ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় চাইবাৰ অপৰাধীঃ এটিএমত সংযোগ কৰিলে অত্যাধুনিক হেকিং সামগ্ৰী - লাষ্টগেট

ৰাজ্যত ক্ৰমাৎ সক্ৰিয় হৈ পৰিছে চাইবাৰ অপৰাধী ৷ অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ এটিএমত প্ৰৱঞ্চকে সংযোগ কৰিলে অত্যাধুনিক হেকিং যন্ত্ৰ

উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় চাইবাৰ অপৰাধীঃ এটিএমত সংযোগ কৰিলে অত্যাধুনিক হেকিং সামগ্ৰী

By

Published : Aug 23, 2019, 11:48 PM IST

গুৱাহাটী, 23 আগষ্টঃঅসমত প্ৰথমবাৰৰ বাবে চাইবাৰ অপৰাধীয়ে এটিএমত সংযোগ কৰিলে অত্যাধুনিক হেকিং যন্ত্ৰ ৷ মহানগৰীৰ লাষ্টগেটৰ হোটেল হেৰীটেজৰ এছবিআই ৰ এটিমত সংযোগ কৰিলে কাৰ্ড হেক কৰিব পৰা মেচিন, কেমেৰা, কাৰ্ড ৰিডাৰ আৰু তথ্য সংগ্ৰহ কৰিব পৰা মেচিন । এজন সচতন লোকে ধন উলিওবাৰ সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা । ইতিমধ্যে হাতীগাওঁ আৰক্ষীয়ে উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে । বেংক কৰ্তপক্ষইও সংগ্ৰহ কৰিছে চিচি কেমেৰাৰ ভিজুৱেল । এটিএম টোত সংযোগ হৈ থকা চিচিটিভি কেমেৰাৰ দৃশ্যইহে সমগ্ৰ ঘটনা আহিব পোহৰলৈ । বেংক কৰ্তৃপক্ষই এনেধৰণৰ ঘটনা প্ৰথম বাৰৰ বাবে মহানগৰীত সংঘটিত হৈছে বুলি উল্লেখ কৰে ।

উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় চাইবাৰ অপৰাধীঃ এটিএমত সংযোগ কৰিলে অত্যাধুনিক হেকিং সামগ্ৰী

ABOUT THE AUTHOR

...view details