নিউজ ডেস্ক, 22 জুন: ৰাজ্যত ক্ৰমশ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ দেওবাৰে নিশা পুনৰ 198জনৰ দেহত ধৰা পৰে কোভিড-19ৰ উপস্থিতি ৷ বৰ্তমানলৈকে এই মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা 5,586গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 2,170গৰাকী ৷
ৰাজ্যত বৃদ্ধি কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা - হিমন্ত বিশ্ব শৰ্মা
দেওবাৰে ৰাজ্যত 198 জনৰ দেহত ধৰা পৰে কোভিড 19ৰ উপস্থিতি ৷ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে উল্লেখ কৰে এই কথা ৷ বৰ্তমানলৈকে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা 5,586গৰাকী ৷
![ৰাজ্যত বৃদ্ধি কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা COVID19 ASAM TRACKER](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7716551-thumbnail-3x2-ghjpg.jpg)
ৰাজ্যত বৃদ্ধি কভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা
অন্য এক খবৰৰ বাবে: তামিলনাডুত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড-19 ৰোগীৰ সংখ্যা
ইয়াৰোপৰি,কৰ'ণা ভাইৰাছত 9 জনৰ মৃত্যু হোৱাৰ লগতে 3,404জনে আৰোগ্য লাভ কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে ৷