অসম

assam

ETV Bharat / state

মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ সুৰা - ,জব্দ

উজনি অসমৰ পৰা গুৱাহাটীলৈ অনা হৈছিল ১০০ লিটাৰতকৈও অধিক দেশীয় সুৰা

গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ সুৰা

By

Published : Mar 2, 2019, 6:41 PM IST

গুৱাহাটী,২মাৰ্চ: যোৰহাট আৰু গোলাঘাটত সুৰা ট্ৰেজেডীৰ পাচতেই ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাবিৰোধী অভিযান। শনিবাৰে গুৱাহাটীৰ নাৰেংগীৰ পৰা এশ লিটাৰৰো অধিক পৰিমাণৰ দেশীয় সুৰা জব্দ কৰে ৰে'ল আৰক্ষীয়ে। উজনি অসমৰ পৰা গুৱাহাটীলৈ ৰে'ল যোগে অনা হৈছিল এই বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি ।

গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ সুৰা

উল্লেখ্য যে একাংশ লোকে উজনি অসমৰ পৰা অবৈধ দেশীয় সুৰা সৰবৰাহ কৰি নাৰেংগী ৰে'ল ষ্টেচনৰ ওচৰে -পাজৰে ব্যৱসায় চলাই অঞ্চলটোৰ সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছে।

ABOUT THE AUTHOR

...view details