অসম

assam

শ্ৰেণী বৰ্জন কৰি গণ প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

By

Published : Jan 22, 2020, 5:26 PM IST

বুধবাৰে শ্ৰেণী বৰ্জন কৰি গণ প্ৰতিবাদত বহিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিনটোতে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন অধ্যাপক, শিল্পী আৰু একাধিক দল-সংগঠনে ৷

কটন বিশ্ববিদ্যালয়
শ্ৰেণী বৰ্জন কৰি গণ প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

গুৱাহাটী, 22 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিনটোতে শ্ৰেণী বৰ্জন কৰি গণ প্ৰতিবাদত বহিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ প্ৰতিবাদত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, বহু কেইজন শিল্পী, অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ কুমাৰ ফুকনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতায়েও যোগদান কৰে ।

শ্ৰেণী বৰ্জন কৰি গণ প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

আনহাতে, ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে ছাত্ৰ-ছাত্ৰী ৷ কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান স্থিতিক সমালোচনা কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত কৰা বহু মন্তব্যক সমালোচনা কৰে ছাত্ৰ-ছাত্ৰী সকলে ।

শ্ৰেণী বৰ্জন কৰি গণ প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ


আৰু পঢ়কঃ তিৱা জনগোষ্ঠীৰ মাঘ বিহু উপলক্ষে বঢ়মপুৰত সমূহীয়া মৎস্য চিকা

ABOUT THE AUTHOR

...view details