নিউজ ডেস্ক, 27 মে': ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা 774 গৰাকীলৈ বৃদ্ধি হ'ল ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা ৷
ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা 774 গৰাকীলৈ বৃদ্ধি - ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা 774 গৰাকীলৈ বৃদ্ধি
ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা 774 গৰাকীলৈ বৃদ্ধি ৷ মৃতকৰ সংখ্যা 4 জনলৈ বৃদ্ধি ৷
![ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা 774 গৰাকীলৈ বৃদ্ধি Coronavirus cases reached to 774 in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7365341-thumbnail-3x2-us-2.jpg)
ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা 774 গৰাকীলৈ বৃদ্ধি
আনহাতে, সক্ৰিয় ঘটনা 705 টা হোৱাৰ পৰিৱৰ্তে মৃত্যু হৈছে 4 জনৰ ৷ আৰোগ্য হৈ উঠিছে 62 জন লোক ৷
Last Updated : May 27, 2020, 6:53 PM IST