অসম

assam

ETV Bharat / state

পুনৰ চৰ্চাত শিলাদিত্য! কিন্তু কিয়? - Controversial comment made by MLA Siladitya

বাংলাদেশ আৰু ভাৰতত দুৰ্গাৰ প্ৰতিমা ভঙাক লৈ বিধায়ক শিলাদিত্যৰ বিস্ফোৰক মন্তব্য । বাংলাদেশী মুছলমানক সাৱধান হবলৈ আহ্বান । চাওক তলৰ ভিডিঅ'ত

কি কয় শিলাদিত্যাই !

By

Published : Oct 10, 2019, 7:05 PM IST

গুৱাহাটী, 10অক্টোবৰঃ বাংলাদেশ আৰু ভাৰতত দুর্গাৰ প্ৰতিমা ভঙাক লৈ বিধায়ক শিলাদিত্যৰ বিস্ফোৰক মন্তব্য । বাংলাদেশী মুছলমানক সাৱধান হবলৈ আহ্বান বিধায়কগৰাকীৰ । হিন্দুৰ ওপৰত অতীজৰ পৰাই অত্যাচাৰ চলাই অহাৰো অভিযোগ। সম্পূৰ্ণ সৱিশেষ তলৰ ভিডিঅ'ত..

কি কয় শিলাদিত্যাই !

ABOUT THE AUTHOR

...view details