অসম

assam

ETV Bharat / state

কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা - ASSAM ELECTION 2021

গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত সকলোৰে সন্মতি সাপেক্ষে শনিবাৰে নিশা কংগ্ৰেছে প্ৰকাশ কৰিলে ৪০ টাকৈ বিধানসভা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ।

কংগ্ৰেছে প্ৰকাশ কৰিলে ৪০ টা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা
কংগ্ৰেছে প্ৰকাশ কৰিলে ৪০ টা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

By

Published : Mar 7, 2021, 6:37 AM IST

গুৱাহাটী,7 মাৰ্চ:কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা সাতটা দলৰ মহাজোঁট বন্ধনৰ মাজত আসন বুজাবুজিক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই শনিবাৰে নিশা কংগ্ৰেছে প্ৰকাশ কৰিলে ৪০ টাকৈ বিধানসভা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা । দীঘলীয়া আলোচনাৰ পিছত গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত সকলোৰে সন্মতি সাপেক্ষে ঘোষণা কৰা হয় প্ৰাৰ্থীৰ তালিকাখন । প্ৰকাশ পোৱা তালিকা অনুসৰি নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰতিদ্বন্দিতা আগবঢ়াব গহপুৰৰ পৰা ।

কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা
প্ৰকাশ পোৱা প্ৰাৰ্থীৰ তালিকা অনুসৰি প্ৰাৰ্থীসকল হ'ল-
  • ঢেকীয়াজুলি- বেণুধৰ নাথ
  • বৰচলা- ৰামপ্ৰসাদ শৰ্মা
  • তেজপুৰ- ড৹ অনুজ কুমাৰ মেচ
  • ৰঙাপৰা- অভিজিৎ হাজৰিকা
  • চতিয়া- প্ৰাণেশ্বৰ বসুমতাৰী
  • বিশ্বনাথ- অঞ্জন বৰা
  • গহপুৰ- ৰিপুণ বৰা
  • বটদ্ৰৱা- শিৱামণি বৰা
  • ৰূপহীহাট- নুৰুল হুদা
  • চামগুৰি- ৰকিবুল হুছেইন
  • কলিয়াবৰ- প্ৰশান্ত কুমাৰ শইকীয়া
  • সৰুপথাৰ- ৰ’জলীনা তিৰ্কী
  • গোলাঘাট- বিতোপন শইকীয়া
  • খুমটাই- বিস্মিতা গগৈ
  • ডেৰগাঁও(এছচি)- বাণী হাজৰিকা
  • যোৰহাট- ৰাণা গোস্বামী
  • মাজুলী (এছটি)- ৰাজীৱ লোচন পেগু
  • মৰিয়নী- ৰূপজ্যোতি কুৰ্মী
  • টিয়ক- পল্লৱী গগৈ
  • আমগুৰি- অংকিতা দত্ত
  • নাজিৰা- দেবব্ৰত শইকীয়া
  • মাহমৰা- সুৰুজ দিহিঙীয়া
  • সোণাৰি- সুশীল কুমাৰ ছুৰী
  • থাওৰা- সুশান্ত বৰগোঁহাই
    কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা
  • শিৱসাগৰ- শুভ্ৰমিত্ৰা গগৈ
  • বিহপুৰীয়া- ভূপেন কুমাৰ বৰা
  • লখিমপুৰ- জয় প্ৰকাশ
  • ধেমাজি(এছটি)- শৈলেন সোণোৱাল
  • জোনাই(এছটি)- হেমা হৰি প্ৰসন্ন পেগু
  • মৰাণ- প্ৰাঞ্জল ঘাটোৱাৰ
  • ডিব্ৰুগড়- ৰাজকুমাৰ নীলানেত্ৰ নেওগ
  • লাহোৱাল- মনোজ ধনোৱাৰ
  • দুলীয়াজান- ধ্ৰুৱ গগৈ
  • টিংখাং- এতোৱা মুণ্ডা
  • নাহৰকটীয়া- প্ৰণতি ফুকন
  • চাবুৱা- অজয় ফুকন
  • ডিগবৈ- শিৱনাথ চেতিয়া
  • মাৰ্ঘেৰিটা- মনোৰঞ্জন বৰগোঁহাই
  • ডুমডুমা- দুৰ্গা ভূমিজ
  • শদিয়া- লখিন চন্দ্ৰ চেতিয়া

ABOUT THE AUTHOR

...view details