অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ চতুৰ্থখন পত্ৰ প্ৰেৰণ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ - corona virus

বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোকসকলক গৃহ ৰাজ্যলৈ উভতাই অনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ । বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ চাৰিখনকৈ পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

ৰিপুণ বৰা
মুখ্যমন্ত্ৰীলৈ চতুৰ্থখন পত্ৰ প্ৰেৰণ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ

By

Published : May 29, 2020, 9:10 PM IST

গুৱাহাটী, ২৯ মে': বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোকসকলক উভতাই অনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বিশেষ পত্ৰ প্ৰেৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ ।

মুখ্যমন্ত্ৰীলৈ চতুৰ্থখন পত্ৰ প্ৰেৰণ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ

অন্য ৰাজ্যৰ তুলনাত অসমত বিশেষ ৰে'ল চলাচল অতি সীমিত । যাৰ বাবে বহু লোকে এতিয়াও ঘূৰি আহিব পৰা নাই । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক এক যুগান্তকাৰী পদক্ষেপ ল'বলৈ পত্ৰযোগে আহ্বান ৰিপুণ বৰাৰ ।

মুখ্যমন্ত্ৰীলৈ চতুৰ্থখন পত্ৰ প্ৰেৰণ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ

ইফালে উচ্চতম ন্যায়ালয়ে আৱদ্ধিত শ্ৰমিকসকলৰ খৰচ ৰাজ্য চৰকাৰসমূহে বহন কৰিবলৈ দিয়া নিৰ্দেশত সুখী কংগ্ৰেছৰ সভাপতিগৰাকী। ক্ষতিগ্ৰস্ত শ্ৰমিকসকলক চৰকাৰে সকলো ধৰণে সহায় কৰিব লাগে বুলিও কয় ৰিপুণ বৰাই। উল্লেখযোগ্য যে ৰিপুণ বৰাই বৰ্তমানলৈ মুঠ চাৰিখনকৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ।

মুখ্যমন্ত্ৰীলৈ চতুৰ্থখন পত্ৰ প্ৰেৰণ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ

ABOUT THE AUTHOR

...view details