অসম

assam

বৰাকৰ ৰজা কংগ্ৰেছত প্ৰজা !!

By

Published : Aug 11, 2019, 5:11 PM IST

দেওবাৰে হেঙেৰাবাৰী স্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই । যোগদান অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মা উপস্থিত থাকে ৷

বৰাকৰ ৰজা বিজেপিত প্ৰজা গৌতম ৰয়

গুৱাহাটী, 11 আগষ্টঃ বৰ্তমানো অব্যাহত আছে কংগ্ৰেছ এৰি বিজেপি যোগদান কাৰ্যসূচী ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘনিষ্ঠ তথা কংগ্ৰেছৰ শাসনকালত বিভিন্ন কেলেংকাৰীত নাম সাঙোৰ খোৱা বৰাকৰ ৰজাৰূপে খ্যাত গৌতম ৰয়ে ৷ লগতে যুৱ নেতা হিৰণ্য ভূঞা আৰু প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰে যোগদান কৰে বিজেপিত ৷ দেওবাৰে হেঙেৰাবাৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছৰ নেতা কেইগৰাকীয়ে । যোগদান অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মা উপস্থিত থাকে ।


উল্লেখ্য যে, প্ৰথমে ভুবেনেশ্বৰ কলিতা আৰু দুদিন পাচতে এই তিনিজন নেতাই বিজেপিত যোগদান কৰাত বৰ্তমান কংগ্ৰেছ দলত বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে ৷

বৰাকৰ ৰজা বিজেপিত প্ৰজা গৌতম ৰয়

ABOUT THE AUTHOR

...view details