গুৱাহাটী, ৯ জুনঃ তিনিচুকীয়া বাঘজানৰ তৈলখাদ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । অইল কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ গা এৰা মনোভাৱৰ বাবে এই ভয়াৱহ ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।
কৃত্ৰিম বৰষুণ সৃষ্টি কৰি হ'লেও বাঘজানৰ ৰাইজক ৰক্ষা কৰকঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য - ৰাজ্য চৰকাৰ
অইল কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ গা এৰা মনোভাৱৰ বাবেই বাঘজানৰ ভয়াৱহ ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

congress leader apurba kumar bhattacharya reaction on baghjan incident
কৃত্ৰিম বৰষুণ সৃষ্টি কৰি হ'লেও বাঘজানৰ ৰাইজক ৰক্ষা কৰকঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য
এই সন্দৰ্ভত তেওঁ আৰু কয়, " সাধাৰণ ৰাইজৰ দুখ-দুৰ্দশা বুজি নোপোৱা চৰকাৰ এইখন । কেৱল ৰাজনীতিত ব্যস্ত তেওঁলোক। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও সময়ত নল'লে কোনো ব্যৱস্থা।" কৃত্ৰিম গেছ অথবা বৰষুণ সৃষ্টি কৰি অগ্নি নিৰ্বাপন কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে ।