অসম

assam

ETV Bharat / state

DAC Election: দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ - দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন

দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council Election) ৷ ২২ জনীয়া সদস্য বিশিষ্ট পৰিষদৰ বাবে আজি প্ৰথমখন তালিকাত ১২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে কংগ্ৰেছে ৷ শীঘ্ৰেই ঘোষণা কৰিব বাকী ১০ গৰাকী প্ৰাৰ্থীৰ নাম ৷

Congress announced list of candidates for Deori Autonomous Council Election
দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা

By

Published : Oct 16, 2022, 9:32 PM IST

  • দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council Election)
  • ২২ জনীয়া সদস্য বিশিষ্ট পৰিষদৰ বাবে আজিৰ প্ৰথমখন তালিকাত ১২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কংগ্ৰেছৰ
দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা
  • শীঘ্ৰেই ঘোষণা কৰিব বাকী ১০ গৰাকী প্ৰাৰ্থীৰ নাম (Congress announced list of candidates DAC Election)
  • তিনিচুকীয়াৰ ১ নং শদিয়া সমষ্টিত (এছ টি) সোণটো দেউৰীক আৰু ২ নং কুণ্ডিল সমষ্টিত (এছ টি) ৰণজিত দেউৰীক
  • ৩ নং মাৰ্ঘেৰিটাত (এছ টি) খগেশ্বৰ দেউৰীক আৰু শিৱসাগৰ জিলাৰ ৫ নং টেঙাপানী সমষ্টিত (এছ টি) সোণেশ্বৰ দেউৰীক
  • ৬ নং কটিয়ৰি সমষ্টিত (এছ টি) বসন্ত দেউৰীক আৰু যোৰহাট জিলাৰ ৮ নং যোৰহাট সমষ্টিত (এছ টি) কেশৱ দেউৰীক
  • ধেমাজি জিলাৰ ১০ নং চিচিবৰগাওঁ সমষ্টিত (এছ টি) থানেশ্বৰ দেউৰীক আৰু ১৩ নং বৰদলনি সমষ্টিত (এছ টি) ৰয়েল দেউৰীক
  • লখিমপুৰ জিলাৰ ১৯ নং কিনাপথাৰ সমষ্টিত (এছ টি) হৰিপ্ৰসাদ দেউৰীক আৰু ১৬ নং বাঁহগড়া সমষ্টিত (এছ টি মহিলা) মিনু দেউৰীক
  • ধেমাজি জিলাৰ ১৪ নং গোগামুখ সমষ্টিত (এছ টি) লক্ষীপ্ৰসাদ দেউৰীক আৰু ১২ নং জোনাই সমষ্টিত (এছ টি) সৰুমণি দেউৰীক প্ৰাৰ্থীত্ব দিয়া হৈছে ৷

ABOUT THE AUTHOR

...view details