গুৱাহাটী, ১৩ মাৰ্চ : যোৰাবাটত দুৰ্ঘটনাত পতিত কয়লাভৰ্তি ট্ৰাক। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে কয়লাভৰ্তি ট্ৰাকখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন।
নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল কয়লা ভৰ্তি ট্ৰাক - ইটিভি ভাৰত
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন।

etv bharat
jorabat accident
তিনিচুকীয়াৰ পৰা বেলতলা অভিমূখে আহি থকা অৱস্থাত বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে PB13 AR 5655 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাকখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ট্ৰাকখনৰ চালককে ধৰি হেণ্ডিমেন দুজন। আহত লোককেইজন আব্দুল মালিক, গকুল শ্বাহ আৰু আব্দুল আলী বুলি চিনাক্ত কৰিছে যোৰাবাট আৰক্ষীয়ে।