গুৱাহাটী, 21 মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা 'জনতা কাৰ্ফিউ' সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । নিজৰ লগতে দেশবাসীক কৰ'ণা ভাইৰাছৰ পৰা মুক্ত কৰিবলৈ এই সাধ্য আইন সফল কৰিবৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । অতি জৰুৰী নহ'লে ঘৰৰ বাহিৰলৈ নাহিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে । কৰ'ণা ভাইৰাছৰ সৈতে যুঁজিবলৈ সজাগ আৰু সচেতন হৈ থকাটো অতিশয় জৰুৰী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ঘৰতে বহি জৰুৰীকালীন সেৱাত জড়িত সকলক উৎসাহ যোগোৱাবলৈ ৰাইজলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । লগতে পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।
জনতা কাৰ্ফিউ সাফল্যমণ্ডিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ
'জনতা কাৰ্ফিউ' সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ নিজৰ লগতে দেশবাসীক কৰ'ণা ভাইৰাছৰ পৰা মুক্ত কৰিবলৈ 'জনতা কাৰ্ফিউ' সফল কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ ৷
জনতা কাৰ্ফিউ সাফল্যমণ্ডিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
Last Updated : Mar 21, 2020, 6:07 PM IST