কামাখ্যাত সমাজৰ শান্তিৰ বাবে প্ৰাৰ্থনা সোণোৱালৰ - কামাখ্যা
কামাখ্যা মন্দিৰৰ দুৱাৰ খোলাৰ পাচতেই প্ৰথমে মাৰ আশীষ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । সমাজৰ শান্তিৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰা বুলি মন্তব্য সোণোৱালৰ

কামাখ্যাত সমাজৰ শান্তিৰ বাবে প্ৰাৰ্থনা সোণোৱালৰ
গুৱাহাটী, 26 জুনঃ সামৰণি পৰিল মহা অম্বুবাচী মেলাৰ । বুধবাৰে পুৱাই কামাখ্যা ধামত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কামাখ্যা মন্দিৰৰ মূলদ্বাৰ খোলাৰ পাচতেই প্ৰথমে মাৰ আশীষ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । সমাজৰ শান্তিৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰা বুলি মন্তব্য সোণোৱালৰ । আনহাতে, অম্বুবাচী মেলাৰ সফল ৰূপায়ণ হোৱা বাবে সকলোকে ধন্যবাদ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।
কামাখ্যাত সমাজৰ শান্তিৰ বাবে প্ৰাৰ্থনা সোণোৱালৰ