অসম

assam

ETV Bharat / state

গুৱাহাটীত শীৰ্ষ আৰক্ষী বিষয়াৰে মুখ্যমন্ত্ৰীৰ বৈঠক

বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আৰক্ষী প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয় ৷ মহানগৰীত নিৰাপত্তা বেষ্টনী অধিক কটকটীয়া কৰিবলৈ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে ৷

গুৱাহাটীত শীৰ্ষ আৰক্ষী বিষয়াৰে মুখ্যমন্ত্ৰীৰ বৈঠক

By

Published : May 15, 2019, 7:22 PM IST

মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

  • ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত শীৰ্ষ আৰক্ষী বিষয়াৰে মুখ্যমন্ত্ৰীৰ বৈঠক
  • মহানগৰ আৰক্ষী আয়ুক্তৰ অধীনত প্ৰতিখন আৰক্ষী জিলাত অপৰাধজনিত কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবে সুকীয়া কৌশল অৱলম্বন কৰাত গুৰুত্ব মুখ্যমন্ত্ৰীৰ
  • এতিয়ালৈকে সংঘটিত মহানগৰীৰ প্ৰতিটো অপৰাধত জৰিত দুস্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ব কৰিবলৈও আৰক্ষীক কঠোৰ নিৰ্দেশ
  • মহানগৰীত নৈশ নিৰাপত্তা শক্তিশালী কৰিবলৈও নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে
  • চাইবাৰ অপৰাধৰ সৈতে শক্তিশালী ভাবে মোকাবিলা কৰিবলৈও নিৰ্দেশ
  • আৰক্ষীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ- মহানগৰীত নিৰাপত্তা বেষ্টনী অধিক কটকটীয়া কৰক

ABOUT THE AUTHOR

...view details