গুৱাহাটী,22 মাৰ্চঃকোভিদ 19 ৰ বাবে গুৱাহাটীৰ যান-বাহন নিয়ন্ত্ৰণ কৰ্তৃপক্ষই 22 মাৰ্চৰ পৰা 24 মাৰ্চলৈ বন্ধৰ নিৰ্দেশ দিছে সকলো চিটি বাছৰ চলাচল । এই সন্দৰ্ভত গুৱাহাটী ডিলাক্স চিটি বাছ সন্থাৰ সভাপতি ছাইফুল ইছলামে কৰ'ণা ভাইৰাছক লৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ সাধাৰণ জনতাৰ অসুবিধাৰ বাবে কৰ্তৃপক্ষই দুঃখিত অনুভৱ কৰে ৷
মহানগৰীত তিনিদিনলৈ বন্ধ চিটি বাছৰ চলাচল - কৰ’ণা ভাইৰাছ
কোভিদ 19 ৰ বাবে মহানগৰীত তিনিদিনলৈ বন্ধ থাকিব চিটি বাছৰ চলাচল । কৰ’ণা ভাইৰাছ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ গুৱাহাটীৰ যান-বাহন নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ ৷
তিনিদিনলৈ বন্ধ চিটি বাছৰ চলাচল