গুৱাহাটী, 18 জুনঃ বৃহস্পতিবাৰে নাৰেংগীস্থিত অইল ইণ্ডিয়াৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে CITUৰ সদস্য সকলে ৷ বাঘজানত তৈলখাদৰ অগ্নিকাণ্ডৰ ঘটনাৰ উচিত তদন্ত আৰু ক্ষয়-ক্ষতি বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ হাতে প্লে-কাৰ্ড লৈ ভিন্ন শ্ল'গানেৰে বাঘজান অগ্নিকাণ্ডত মৃত শ্ৰমিকৰ পৰিয়ালক উপযুক্ত ক্ষতি পূৰণ, তৈলখাদ ব্যক্তিগতকৰণ বন্ধ কৰা, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰক্ষা আদি ভিন্ন দাবীৰে দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷
বাঘজান কাণ্ডৰ তদন্ত বিচাৰি নাৰেংগীত CITUৰ প্ৰতিবাদ - citu protest in guwahati narengi
হাতে প্লে-কাৰ্ড লৈ ভিন্ন শ্ল'গানেৰে বৃহস্পতিবাৰে নাৰেংগীস্থিত অইল ইণ্ডিয়াৰ প্ৰবেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে CITUৰ সদস্য সকলে ৷

citu protest in guwahati narengi
বাঘজান কাণ্ডৰ তদন্ত বিচাৰি নাৰেংগীত CITUৰ প্ৰতিবাদ