অসম

assam

ETV Bharat / state

জনতা ভৱনত ৰাজহ বিভাগৰ কাম-কাজ পৰ্যালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে ভূমি নথি শুধৰণীকৰণৰ বাবে শীঘ্ৰে আৰম্ভ কৰিব পাইলট প্ৰজেক্ট

ফাইল ফটো

By

Published : Jul 12, 2019, 6:13 PM IST

  • পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যতে চলিব ভূমি নথি শুধৰণীকৰণৰ এই প্ৰক্ৰিয়া
  • ভূমি সংক্ৰান্তীয় বেমেজালি আতৰ কৰাৰ বাবে প্ৰতিখন গাঁৱৰ প্ৰতিজন পট্টাদাৰক সুকীয়া পট্টা প্ৰদানৰ বাবে ল’ব পদক্ষেপ
  • আধাৰ কাৰ্ডৰ সৈতে ভূমি নথিৰ তথ্য সংলগ্ন কৰাৰ বাবে গ্ৰহণ কৰা হ’ব পদক্ষেপ
  • জৰীপ নোহোৱা সকলো গাঁৱৰ ভূমিৰ জৰীপ শীঘ্ৰে আৰম্ভ হ’ব
  • চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা পট্টা প্ৰদানকে ধৰি ভূমি নথি প্ৰদানৰ ক্ষেত্ৰত হোৱা বিলম্বৰ হ’ব নিয়মীয়া পৰ্যবেক্ষণ
  • ভূমি নথি প্ৰদানত নিৰ্দ্ধাৰিত সময়তকৈ বিলম্ব কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
  • 1960 চনৰ পৰা পুনৰীক্ষণ নোহোৱাকৈ আছে ভূমি নথি সংক্ৰান্তীয় বিভিন্ন সেৱাৰ মূল্য
  • পুনৰীক্ষণ নোহোৱাকৈ থকা এনে সেৱা সমূহৰ মূল্য পুনৰ মূল্যায়ণৰ সিদ্ধান্ত
  • লাট মণ্ডলৰ বদলিকৰণৰ নীতি শীঘ্ৰে প্ৰকাশ কৰিব ৰাজহ বিভাগে
  • লাট মণ্ডলকে ধৰি ৰাজহ বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীৰ দক্ষতা বৃদ্ধিৰ বাবে হ'ব প্ৰশিক্ষণ

ABOUT THE AUTHOR

...view details